কবিতা

মাথো এজাক বৰষুণৰ প্ৰয়োজন ,
☞তুমি দিয়া মিছা মৰমবোৰ সকলো ধোৱাই নিব...
মাথো এজাক বৰষুণৰ প্ৰয়োজন ।
বৰষুণৰ টোপালবোৰে আকৌ ৰুই দিব মোৰ বুকুত
ভালপোৱাৰ এজোপা তেজৰঙা গোলাপ ,
পোখা মেলি উঠিব মৰহি যোৱা হৃদয়খন,
ছটিয়াই দিব বৰষুণে আৱেগৰ পথাৰত ....
প্ৰেমৰ ফল্গুধাৰা,
লাগে মাথো এজাক বৰষুণ ,

Comments

Popular posts from this blog

নীলা খামৰ চিঠি

এজাক বৰষুণত তুমি আৰু মই °°° #গল্প

ভাল পায়ো হেৰুৱালো _ গল্প